গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে অজয় ফুকনৰগুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে অজয় ফুকনৰ

Share and Enjoy !

Shares

মুকলি আকাশৰ তললৈ আহিব অজয় ফুকন।

শিল্পী অজয় ফুকনৰ দ্বিতীয়টো গোচৰত জামিন মঞ্জুৰ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে মঞ্জুৰ কৰে জামিন।

জুবিন গাৰ্গৰ মৃত্যুৰ পিছত গ্রেপ্তাৰ হৈছিল অজয় ফুকন।

প্রথমটো গোচৰৰ জামিনৰ পিছত পুনৰ গ্রেপ্তাৰ হৈছিল অজয়।

আজি দ্বিতীয়টো গোচৰৰ জামিন মঞ্জুৰ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে কিয় অজয় ফুকন জামিন মঞ্জুৰ কৰিলে ক’লে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে।

Leave a Reply

Your email address will not be published. Required fields are marked *