কৃষকসকল এতিয়া সোণালী পথাৰত পকা ধান কটাত ব্যস্তকৃষকসকল এতিয়া সোণালী পথাৰত পকা ধান কটাত ব্যস্ত

Share and Enjoy !

Shares

ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে গোৱালপাৰা জিলাৰ খৰিয়াপাৰা গাঁৱৰো কৃষকসকল এতিয়া সোণালী পথাৰত পকা ধান কটাত ব্যস্ত।

এই গাওঁখনত আছে আন এক পৰম্পৰা ৷ শাওঁণত গাওঁখনৰ মহিলা সকলে ৰুৱে কঠিয়া, আনহাতে আঘোণত লহপহকৈ বাঢ়ি সোণালী হৈ পৰা ধান কাটে পুৰুষসকলে ।

গাওঁখনত বিগত প্ৰায় ৫০টা বছৰৰ ধৰি এই পৰম্পৰা চলি আহিছে। ৰাইজে সমূহীয়াকৈ কৰে খেতি। এই খেতিৰ ধান গাওঁখনৰ ৰাজহুৱা ভঁৰালত ৰখা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *