অষ্ট্ৰেলিয়াত বিশ্বৰ ভিতৰতে প্ৰথমটো ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে।অষ্ট্ৰেলিয়াত বিশ্বৰ ভিতৰতে প্ৰথমটো ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে।

Share and Enjoy !

Shares

অষ্ট্ৰেলিয়াত বিশ্বৰ ভিতৰতে প্ৰথমটো ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে।

দেশখনৰ ১৬ বছৰৰ তলৰ শিশু তথা কিশোৰ-কিশোৰীসকলৰ ছ’চিয়েল মিডিয়া একাউণ্টসমূহ বন্ধ কৰি দিয়া হৈছে।

নতুন আইনৰ অধীনত ফেচবুক, ইনষ্টাগ্ৰাম, থ্ৰেড্ছ, এক্স, টিকটক, ইউটিউব আদি কৰি সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মে ১৬ বছৰৰ তলৰ যুৱ ব্যৱহাৰকাৰীসকলক ব্লক কৰিব লাগিব।

যুৱ প্ৰজন্মক ক্ষতিসাধন কৰা কাৰকৰ পৰা আঁতৰাই ৰাখিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি চৰকাৰৰ তৰফৰ পৰা জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *