হঠাতে কেনেকৈ সকলো সলনি হৈ গ’ল! জানিব লাগিব’’ সামাজিক মাধ্যমত পুৰণি ফটো শ্বেয়াৰ কৰি ন্যায়ৰ দাবী জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ‘‘হঠাতে কেনেকৈ সকলো সলনি হৈ গ’ল! জানিব লাগিব’’ সামাজিক মাধ্যমত পুৰণি ফটো শ্বেয়াৰ কৰি ন্যায়ৰ দাবী জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ

Share and Enjoy !

Shares

পুনৰ সামাজিক মাধ্যমত আৱেগিক প’ষ্ট জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ।বৃহস্পতিবাৰে মাজনিশা জুবিন গাৰ্গৰ সৈতে শৈশৱৰ এখন আলোকচিত্ৰ শ্বেয়াৰ কৰি আৱেগিক প’ষ্ট।পামী বৰঠাকুৰে লিখে, ‘‘তোৰ হাত ধৰি খোজ দিবলৈ শিকিলোঁ, জীৱনত সাহস পালো… হঠাতে কেনেকৈ সকলো সলনি হৈ গ’ল! জানিব লাগিব। সত্য জনাৰ অধিকাৰ আছে!’’সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে পামী বৰঠাকুৰৰ এই পোষ্টটো।

Leave a Reply

Your email address will not be published. Required fields are marked *