বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ দৌৰত সঞ্জয় বিনায়ক যোশী৷
এক সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, যোশী বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি হোৱাটো প্ৰায় নিশ্চত হৈ পৰিছে ৷ ইয়াকে লৈ সৰৱ চৰ্চা চলিছে অসমতো ৷
অৱশ্যে পৰৱৰ্তী সময়তহে লক্ষনীয় হ’ব যোশীয়ে পাবনে সভাপতিৰ আসন নে আন কাৰোৱাৰ ভাগ্য উদয় হয়৷ উল্লেখ যে, সঞ্জয় যোশী সভাপতি হোৱাৰ ক্ষেত্ৰত RSS ৰ পূৰ্ণ সমৰ্থন আছে বুলিও এক সূত্ৰই দাবী কৰিব খোজে৷