কলিয়াবৰৰ কুঁৱৰীটোলত কৰুণ ঘটনা।
অমৰনাথলৈ গৈ আৰু উভতি নাহিল কৌশিক ডেকা।
মন্দিৰ দৰ্শন কৰি উভতি আহোতে অসুস্থ হৈ মৃত্যু লোকজনৰ।
বাটত অক্সিজেনৰ পৰিমাণ কমি অসুস্থ হৈ পৰে কৌশিক
শ্ৰীনগৰৰ এখন চিকিৎসালয়ত মৃত ঘোষণা চিকিৎসকৰ।
৮ জুলাইত অমৰনাথলৈ যাত্রা কৰিছিল কৌশিকে।