Category: গুৱাহাটী

মেঘালয়ত নৃশংসভাৱে শেষ কৰিলে অসমৰ এজন ব্যক্তিক

মেঘালয়ত অসমৰ যুৱকক নৃশংস হত্যা। হত্যা কৰি মেঘালয়ৰ ঘন জংঘলত ওলোমাই থ’লে মৃতদেহ। যুৱকজন মহানগৰীৰ বশিষ্ঠৰ তপন দে’ বুলি চিনাক্ত।…

কাইলৈ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব ৰামচৰণ ভৰালীৰ অন্তেষ্টিক্ৰিয়া।

জনপ্ৰিয় পাঠক, অসম নাগাৰা নাম সন্থাৰ সভাপতি ৰামচৰণ ভৰালী আৰু নাই। নিশা ১২:২০ বজাত ইহসংগাৰ ত্যাগ কৰে বিশিষ্ট নাগাৰা নামৰ…

আজিৰে পৰা ৯ নৱেম্বৰলৈ বন্ধ থাকিব ফেৰী সেৱা

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ ঘোষণা। আজিৰে পৰা ৯ নৱেম্বৰলৈ বন্ধ থাকিব ফেৰীসেৱা। ব্ৰহ্মপুত্ৰৰ পাৰত বায়ুসেনাৰ অনুশীলনৰ বাবে এই সিদ্ধান্ত।…

ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ

ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগৰ সিদ্ধান্ত। ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদৰ পৰা অব্যাহতি মহন্তৰ। ৰাজ্যপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ ভাস্কৰজ্যোতি মহন্তৰ। ভাতৃ শ্যামকানু…

প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ।প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ…

গেৰুৱাৰ প্ৰতি মোহভংগ, জাহাজত উঠিল ৰাজেন গোঁহাই

বিজেপিৰে ৩৫ বছৰীয়া যাত্ৰা সামৰি অসম জাতীয় পৰিষদত যোগ দিলে ৰাজেন গোহাঁই৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, বিজেপিৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন ৰাজ্যিক…

পুনৰ অসুস্থ গৰিমা গাৰ্গ, চিকিৎসালয়ত ভৰ্তি

জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ পুনৰ অসুস্থ হৈ পৰিছে৷ যাৰ বাবে বুধবাৰে গুৱাহাটীস্থিত বেছৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকসকলে জানিবলৈ…

ভিৰৰ সুযোগ লৈ জুবিনক্ষেত্ৰত চাঞ্চল্যকৰ কাণ্ড কৰিলে আনোৱাৰ হুছেইনে

দেওবাৰে পুৱাৰে পৰা জুবিনক্ষেত্ৰলৈ আগমন হৈছে হাজাৰ-হাজাৰ জুবিন অনুৰাগীৰ। ৰাজ্যৰ ভিন্নপ্ৰান্তৰ পৰা প্ৰিয় শিল্পীগৰাকীৰ অন্তিম শয়নথলী চাবলৈ আহিছে জুবিন অনুৰাগী।জুবিনক্ষেত্ৰত…

তীব্ৰবেগী স্কুটি আৰু পালচাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত ২জন,আহত ২জন

শনিবাৰে নিশা টিংখাঙৰ সৰোজনীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী স্কুটি আৰু এখন পালচাৰ বাইকৰ মুখামুখি সংঘৰ্ষ। সংঘৰ্ষত…

পশ্চিম বৰাগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড;চাৰিখনকৈ ট্ৰাক জ্বলি ভস্মীভূত

পশ্চিম বৰাগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। চাৰিখনকৈ ট্ৰাক জ্বলি ভস্মীভূত । বৰাগাঁৱৰ Sarma Parking সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । পাৰ্কিংত আছিল…