Share and Enjoy !

Shares

দলগাঁৱৰ বেছিমাৰীত পথ দুৰ্ঘটনা।

বালিভৰ্তি ট্ৰেক্টৰৰ খুন্দাত প্ৰাণ গ’ল এজনৰ।

থিতাতে নিহত গণ্ডাপুখুৰী গাঁৱৰ ছাজাহান আলী নামৰ লোকজন।

দলগাঁও অভিমুখী আছিল দুৰ্ঘটনা সংঘটিত কৰা বালিভৰ্তি ট্ৰেক্টৰখন।

মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয় প্ৰেৰণ মৃতদেহ।

Leave a Reply

Your email address will not be published. Required fields are marked *