Share and Enjoy !

Shares

দিল্লীৰ সত্য নিকেতনত খহি পৰিল দুটাকৈ অট্টালিকা।

অট্টালিকা খহি আবদ্ধ বহু আৱাসী।

ধ্বংসস্তূপত অসমৰ কেইবাগৰাকী ছাত্ৰ থকাৰ আশংকা।

দিল্লী বিশ্ববিদ্যালয়ৰ ছাউথ কেম্পাছৰ সমীপত ভাৰাত থাকে অসমৰ বহু শিক্ষার্থী।

ধ্বংসস্তূপৰ মাজৰ পৰা ৪জন ছাত্ৰক উদ্ধাৰ।

ধ্বংসস্তূপৰ মাজত ৫০ৰো অধিক আবদ্ধ হৈ থকাৰ সন্দেহ।

খহি পৰা ৫ মহলীয়া অট্টালিকাটোত আছিল এটা ছাত্ৰাৱাস।

৫০ বছৰৰ পৰা পৰিত্যক্ত হৈ থকা অট্টালিকাটোত এবছৰ পূৰ্বে খোলা হৈছিল ছাত্ৰাৱাস।

Leave a Reply

Your email address will not be published. Required fields are marked *