Share and Enjoy !

Shares

ধুবুৰীৰ গৌৰীপুৰৰ মধুশৌলমাৰী ১ম খণ্ডত বিধ্বংসী অগ্নিকাণ্ড।

অগ্নিকাণ্ডত নিমিষতে জাহ যায় ৪খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে ৩টা বাসগৃহ।

জুইত ভস্মীভূত হয় ব্যৱসায়িক প্ৰতিষ্ঠানকেইটাৰ সকলো সা-সামগ্ৰী।

সম্পূৰ্ণৰূপে ভস্মীভূত।বাসগৃহ ৩টাৰ ভিতৰত থকা আজবাব-পত্ৰ,নথি-পত্ৰ,নগদ ধন।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ড সূত্ৰপাত কাৰণ।

অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *