Share and Enjoy !

Shares

গুৱাহাটী মহানগৰীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা

বনগাঁৱৰ বিদ্যালয়ৰ ৪ গৰাকী ছাত্রী সন্ধানহীন

সন্ধানহীন কিশোৰীকেইগৰাকী ৰুমী বৰুৱা, নিৰুপায় ৰয়, আয়ুশ্রী সিং, জিলমিল দৈমাৰী বুলি জানিব পৰা গৈছে

জানিব পৰা মতে, সন্ধানহীন ছাত্ৰীকেইগৰাকী ষষ্ঠ আৰু সপ্তম শ্ৰেণীত অধ্যয়নৰত

সোমবাৰৰ পৰাই সন্ধানহীন হৈ আছে কিশোৰীকেইগৰাকী

বিদ্যালয়লৈ যোৱাৰ পথৰে পৰাই সন্ধান নাই ৪ কিশোৰীৰ

ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীৰ কাষ চাপিছে পৰিয়ালবৰ্গ

Leave a Reply

Your email address will not be published. Required fields are marked *