ঘাতক ঘনকান্তৰ ৭ দিনীয়া আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত।
আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব ঘনকান্তক।
পুনৰ আৰক্ষীয়ে নিজৰ জিম্মাত বিচৰাৰ সম্ভাৱনা।
সোমবাৰে সম্পন্ন হৈছিল হত্যাকাণ্ডৰ ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন।