শ্ৰীভূমিৰ শিলচৰ ৰোডত ভয়াৱহ পথ দুৰ্ঘটনা।স্কৰপিঅ আৰু পালচাৰ বাইকৰ মুখামুখি সংঘৰ্ষ।
থিতাতে মৃত্যু বাইক চালক সুধাম দাস নামৰ লোকজন । আন দুগৰাকী আৰোহী কুটুস দেব আৰু বাপতু দাসক সংকটজনক অৱস্থাত SMCH ত ভৰ্তি
দুৰ্ঘটনাত ইমানে ভয়ংকৰ আছি্ল যে বাইকখন ভাঙি চুৰমাৰ হৈ যায়।
স্কৰপি বাহনখনৰ সন্মুখভাগ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। দূৰ্ঘটনাগ্ৰস্ত বাইকৰ নম্বৰ AS10J 5564 স্কৰপিঅৰ নম্বৰ AS01EG 7322 । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়ো বাহন জব্দ কৰি থানালৈ লৈ যায়।