Share and Enjoy !

Shares

নিশা গুৱাহাটীত বিভাগীয় বাহনত যুৱতী কঢ়িয়ায় আৰক্ষীয়ে

আৰক্ষীৰ বাহনৰ ভিতৰত দুই ৰহস্যময়ী যুৱতী

নৈশ যাপনৰ বাবে হোটেললৈ লৈ যোৱাৰ অভিযোগ

ধনৰ লালসা দি বাৰৰ পৰা উঠাই নিছিল ২ যুৱতীক

ধন নিদিয়াৰ বাবে আৰক্ষীৰে তৰ্কত লিপ্ত দুই যুৱতী

অভিযোগৰ পাছতে আৰক্ষীৰ লেন্সনায়কক ৰিজাৰ্ভ ক্ল’জ

Leave a Reply

Your email address will not be published. Required fields are marked *