Share and Enjoy !

Shares

ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ সুখবৰ।

বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন।২০০০ টকালৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন।

জুৰীয়াত ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

উল্লেখ্য যে দুৰ্গাপূজাৰ সময়ত পৰিয়ালসমূহৰ অতিৰিক্ত ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখি অক্টোবৰ মাহৰ বাবে অতিৰিক্ত ২৫০ টকাৰ এই সহায় ঘোষণা কৰা হৈছে। অৰ্থাৎ এইবাৰ নিয়মীয়া ১,২৫০ টকাৰ পৰিৱৰ্তে হিতাধিকাৰীয়ে মুঠ ১,৫০০ টকা লাভ কৰিব।

বৰ্তমান অৰুণোদয় আঁচনিৰ অধীনত যোগ্য পৰিয়ালে প্ৰতিমাহে ১,২৫০ টকাৰ আৰ্থিক সহায় লাভ কৰে। ২০২৬ চনৰ অক্টোবৰ মাহত এই পৰিমাণ ১,৫০০ টকালৈ বৃদ্ধি কৰা হৈছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *