জোনাইত বন্দুকসহ এটা চোৰাং চিকাৰী আটক
ধৃত চোৰাং চিকাৰীটো উজনি চিৰোং গাঁৱৰ নৰেন পেগু বুলি জানিব পৰা গৈছে
জোনাইৰ প্রস্তাৱিত পবা বন্যপ্রাণী অভয়াৰণ্যৰ তিনিমাইলৰ পৰা আটক কৰে চিকাৰীটোক
বন্দুকৰ লগতে চোকা অস্ত্র আৰু কিছু আপত্তিজনক সামগ্রীও জব্দ কৰে