বজালীৰ ভৱানীপুৰত আৰক্ষীৰ অভিযান। অভিযানত ভৱানীপুৰৰ পূৱহাটীতৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ গাঞ্জা ঘটনাৰ সৈতে জড়িত গাঞ্জা ব্যৱসায়ী বাবুল সোণাৰীক গ্ৰেপ্তাৰ।…

চিলনী চোৰৰ সন্ত্ৰাস; প্ৰাত: ভ্ৰমণলৈ যোৱা বৃদ্ধা মহিলাৰ পৰা থপিয়াই নিলে চেইন

বিশ্বনাথ চাৰিআলিত চিলনী চোৰৰ সন্ত্ৰাস। দিন দুপৰতে ৮৫ বছৰীয়া বৃদ্ধাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিলে দুৰ্বৃত্তই। সমগ্ৰ ঘটনাৰ দৃশ্য…

কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। হাইলাকান্দি আৰু শিলচৰত নিৰ্বাচনী প্ৰচাৰ…

ডিভাইডাৰ পাৰ হ’বলৈ ধৰা এখন স্কুটীত খুন্দা বাহনৰ

নগাঁৱৰ গোমোঠা গাঁৱত পথ দুৰ্ঘটনা। ডিভাইডাৰ পাৰ হ’বলৈ ধৰা এখন স্কুটীত খুন্দা বাহনৰ। দুৰ্ঘটনা সংঘটিত কৰা XUV খনৰ নম্বৰ AS07P8771…

দুধনৈত অৰ্ধ নগ্ন অৱস্থাত মৃতদেহ উদ্ধাৰ

দুধনৈত চাঞ্চল্যকৰ।ঘটনা। দুধনৈ চহৰৰ মাজমজিয়াত অৰ্ধ নগ্ন অৱস্থাত মৃতদেহ উদ্ধাৰ৷ দুধনৈৰ দৈনিক বজাৰত থকা সমবায় সমিতি কাৰ্যালয়ৰ সন্মুখত তেজেৰে লুতুৰি-পুতুৰি…

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ-অংশত সোমাই পৰিল বাহন;নিহত দুজন

তেজপুৰত নিশা ভয়ংকৰ দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ-অংশত সোমাই পৰে বাহন৷ কলিয়াভোমোৰা দলঙৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো৷ কলিয়াবৰ দিশৰ…

চুমা বাবাক এইবাৰ আমি হৰুৱাব লাগে:মুখ্যমন্ত্ৰী

যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে। প্ৰতিটো ৰাজনৈতিক দল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে।…

কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ দিনত নগাঁৱত গুণ্ডাগিৰি কৰা গুণ্ডা এতিয়া বিচনাৰ তলত:পীযুষ হাজৰিকা

যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে। প্ৰতিটো ৰাজনৈতিক দল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে।…

বিজেপিৰ চৰকাৰ আহিলে অহা পাঁচ বছৰত ১৮ হাজাৰ কোটি টকা খৰচ কৰি বানমুক্ত অসম গঢ়িব :পীযুষ হাজৰিকা

যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে। প্ৰতিটো ৰাজনৈতিক দল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে।…

বিহু-দুৰ্গা পূজাৰ সময়ত পাব একোটাকৈ বিনামূলীয়া চিলিণ্ডাৰঃ মুখ্যমন্ত্ৰী

যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে। প্ৰতিটো ৰাজনৈতিক দল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে।…

বৰপেটাত AGPৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ

বৰপেটাত AGPৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বৰপেটাৰ ৰাখাল থান খেলপথাৰত আয়োজিত হয়…

মাছৰ প্ৰজনন সময়ত অবাধ মৎস্য চিকাৰ ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ নিষেধাজ্ঞা

নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এক বিশেষ নিৰ্দেশনা জাৰি। মাছৰ প্ৰজনন সময়ত অবাধ মৎস্য চিকাৰ ৰোধ কৰিবলৈ আৰু উৎপাদন বৃদ্ধিৰ…