Tag: Assam

মঙলদৈত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী

বুধবাৰে মঙলদৈস্থিত অসম ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয়ৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অসমীয়া যুৱ মঞ্চ, দৰং জিলা সমিতিৰ উদ্যোগত…

কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা ভংগ সন্দৰ্ভত গৌৰৱ গগৈৰ স্পষ্টীকৰণ

ৰাইজৰ দলৰ সৈতে মিত্ৰতা নহয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ। ৰাইজৰ দলৰ সৈতে আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ মিত্ৰতা।ভংগ ৰাইজৰ দলে বিচৰাধৰণে আসন এৰি দিব…

বঙাইগাঁৱত আৰক্ষীৰ জালত জুৱাৰী

বঙাইগাঁৱত আৰক্ষীৰ জালত জুৱাৰী। হোলীৰ নামত জুৱা অনুষ্ঠিত কৰিছিল চাৰি যুৱকে। নিউ বঙাইগাঁৱৰ ভাওলাগুৰী- ঢালিগাঁও এলেকাত চলাইছিল মুকলি জুৱা। হাফিজুৰ…

একে নিশাই চাৰিখনকৈ ব্যাৱসায়ীক প্ৰতিষ্ঠানত চোৰৰ চাফাই অভিযান

গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা। স্মাৰ্ট আৰক্ষীক প্ৰত্যাহ্বান জনাই মহানগৰীত প্ৰতিদিনে সংঘটিত হৈ আহিছে চুৰিৰ ঘটনা। এইবাৰ গুৱাহাটীৰ মহানগৰীৰ…

মুকালমুৱাত ভয়াৱহ অগ্নিকাণ্ড;ভস্মীভূত বাসগৃহসহ কেইবা লক্ষাধিক টকাৰ সম্পত্তি

মুকালমুৱাৰ ঘৰুবাহাত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহসহ কেইবা লক্ষাধিক টকাৰ সম্পত্তি। মুকালমুৱাৰ ঘৰুবাহাত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ…

ইফতাৰ কৰা নহ’ল হেলাল উদ্দিনৰ! ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হেলাল উদ্দিন

ইফতাৰ কৰা নহ’ল হেলাল উদ্দিনৰ।ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হেলাল উদ্দিন। শ্ৰীভূমি জিলাৰ মালুয়া জলালপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ঘটনাস্থলীতে…

১৩ মাৰ্চত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

১৩ মাৰ্চত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব প্রধানমন্ত্রী। কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। ১৪ মাৰ্চত…

মুকালমুৱাত ভয়ংকৰ ঘটনা; সোপাধৰাৰ সন্দেহত খুঁটাত বান্ধি মহিলা নিৰ্মমভাৱে প্ৰহাৰ

মুকালমুৱাত সোপাধৰাৰ সন্দেহ। সোপাধৰাৰ সন্দেহত এগৰাকী মহিলাক প্ৰহাৰ একাংশৰ। ৰাজ্যজুৰি অব্যাহত থকা সোপাধৰাৰ আতংকৰ মাজতে আজি নলবাৰী জিলাৰ মুকালমুৱাত এক…

এ আই ইউ ডি এফৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ; প্ৰথমখন তালিকাত ৯ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা

সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিনলৈ বাকী থকাৰ মাজতে। প্ৰাৰ্থী নিৰ্বাচনলৈকে শাসক-বিৰোধী উভয় দলেই ব্যাপক ৰণনীতি গ্ৰহণ কৰা…