Share and Enjoy !

Shares

তামিলনাডুৰ প্রাক্তন উপ-মুখ্যমন্ত্ৰীক উদয়নিধি ষ্টালিনৰ পুত্ৰক গ্ৰেপ্তাৰ।

মঙলবাৰে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে

অভিযোগ অনুসৰি জনপ্ৰিয় অভিনেত্ৰী তৃষা কৃষ্ণণক লৈ আপত্তিজনক মন্তব্য কৰিছিল DMK নেতাগৰাকীয়ে।

মন্তব্যৰ পিছতে DMK নেতাগৰাকী তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। তঞ্জাভুৰত কাৱেৰী নদীৰ পানীৰ সমস্যাক লৈ DMKএ কৰা এক প্ৰতিবাদী কাৰ্যসূচীত বক্তব্য ৰাখি উদয়নিধিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চি. জোচেফ বিজয়ৰ ‘ঘনিষ্ঠ বন্ধু’ হিচাপে পৰিচিত অভিনেত্ৰী তৃষাৰ সন্দৰ্ভত অশালীন মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল।

DMKএ নেতাগৰাকীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে একাধিক অভিযোগ লাভ কৰাৰ পিছতে গোচৰ ৰুজু কৰে। আৰক্ষীয়ে উদয়নিধি ষ্টালিনৰ গৃহত উপস্থিত হৈ তেওঁক সোধা-পোছাৰ বাবে লৈ যায়, যাৰ লগে লগে DMKৰ কৰ্মী আৰু সমৰ্থকসকলে বাসগৃহৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *