Share and Enjoy !

Shares

সন্দীপন গাৰ্গৰ জামিন আবেদনৰ ৰায় ৰাজহুৱা

দীঘলীয়া সময় ধৰি ন্যায়িক জিম্মাত থকাৰ অজুহাততেই জামিন সন্দীপনক

গোচৰটোৰ বিচাৰ সম্পূৰ্ণ হবলৈ লাগিব যথেষ্ট সময়

গোচৰটোৰ অধিকাংশ সাক্ষী ডিজিটেল

অভিযুক্ত পলাই যোৱাৰো কোনো সম্ভাৱনা নাই

এই অজুহাততে আদালতে জামিন দিয়ে সন্দীপনক

 

Leave a Reply

Your email address will not be published. Required fields are marked *