Month: March 2026

জুবিন গাৰ্গ অবিহনে এইবাৰ ৰঙালী বিহুৰ কাৰ্যসূচী বাতিল চেপন বিহু সন্মিলনৰ

এইবৰ্ষৰ ৰঙালী বিহু উদযাপনৰ ক্ষেত্ৰত চেপন বিহু সন্মিলনৰ গুৰুত্বপূৰ্ণ ঘোষণা। এইবৰ্ষৰ ৰঙালী বিহুৰ কাৰ্যসূচী বাতিল চেপন ৰঙালী বিহু সন্মিলনৰ। লগতে…

​​​​​​​শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ

শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ। সোমবাৰে পুৱাই ব্ৰহ্মপুত্ৰত জাপ দি প্ৰেমিক-প্ৰেমিকাই ল’লে চৰম সিদ্ধান্ত। জালুকবাৰীৰ দিশৰ পৰা গৈ ব্ৰহ্মপুত্ৰত…

বিশ্বনাথত দিনে দিনে বৃদ্ধি পাইছিল চুৰিকাণ্ডৰ ঘটনা

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। নিতৌ ন ন কৌশলৰে চোৰে সংঘটিত কৰি আহিছে চুৰিকাণ্ড। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ…

অসম প্ৰদেশ কংগ্ৰেছৰ ৩জন সম্পাদক নিযুক্তি

অসম প্ৰদেশ কংগ্ৰেছৰ আৰু ৩জন সম্পাদক নিযুক্তি। সভাপতি মল্লিকাৰ্জুন খাৰ্গে।এই নিযুক্তিত সন্মতি প্ৰদান কৰিছে AICC ৰ সাধাৰণ সম্পাদক কে চি…

কংগ্রেছৰ সদ্য পদত্যাগী মুখপাত্র ৰাতুল কলিতাৰ বিজেপিত যোগদান

কংগ্রেছৰ সদ্য পদত্যাগী মুখপাত্র ৰাতুল কলিতাৰ বিজেপিত যোগদান। নলবাৰী বিজেপিৰ জিলা কাৰ্যালয়ত বিজেপিত যোগদান কৰে ৰাতুল কলিতাই। ৰাতুল কলিতাসহ অৰ্ধশতাধিক…

অৱশেষত উদ্ধাৰ হ’ল সন্ধানহীন হৈ থকা অভিজিত শইকীয়াৰ মৃতদেহ

নাগালেণ্ডৰ উষাত তিতাবৰৰ যুৱকৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ। তিতাবৰ বিবিজানৰ অভিজিত শইকীয়াৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ নাগালেণ্ডৰ উষাৰ এখন নদীত…

বঙাইগাঁৱত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে বীৰঝৰা নাৰী সংঘই

আজি আন্তৰ্জাতিক নাৰী দিৱস।প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। এই দিৱসত মূলতে পক্ষপাতমুক্ত এখন…

আজি T20 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলৰ মহাৰণ

আজি T20 বিশ্বকাপৰ ফাইনেল মেচ। নিউজীলেণ্ডৰ বিৰুদ্ধে খিতাপ দখলৰ যুঁজত নামিব ভাৰত। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত সন্ধিয়া ৭ বজাৰ পৰা…

কাছাৰত জব্দ ৩.২৫ কোটি টকাৰ হেৰ’ইন; গ্ৰেপ্তাৰ পাঁচজনক

কাছাৰ আৰক্ষী আৰু অসম ৰাইফলছৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সাফল্য। এক গোপন খবৰৰ ভিত্তিত শিলচৰ-কালাইন পথত আৰক্ষী আৰু অসম ৰাইফলছে অভিযান…

আজিৰে পৰা বাহন চলাচলৰ বাবে মুকলি হ’ব নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা সেতু

আজিৰে পৰা বাহন চলাচলৰ বাবে মুকলি হ’ব নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা সেতু। দুচকীয়া আৰু লঘু বাহনৰ বাবে মুকলি হ’ব কুমাৰ…