আৰক্ষীৰ বাধা নেওচি ঘনকান্তৰ ৰুদ্ৰৰূপ।
ভাড়াঘৰত আৰক্ষীৰ অভিযানৰ মাজতে উত্তেজিত হৈ পৰিল ঘনকান্ত।
মাস্ক খুলি সাংবাদিকক কিবা ক’ব খুজিছিল ঘনকান্ত গগৈয়ে।
কিন্তু আৰক্ষীৰ বাধাৰ বাবে মুখ খুলিব নোৱাৰিলে ঘনকান্তই।
আৰক্ষীয়ে গবা মাৰি ধৰি ভাড়াঘৰৰ ভিতৰলৈ সুমুৱাই নিলে বৰা চাৰ্ভিছ কাণ্ডৰ একমাত্ৰ অভিযুক্তক।