Month: September 2026

৩ গৰাকী হাইপ্ৰ’ফাইল প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

আজি নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। অন্তিম দিনটোত শাসকীয় আৰু বিৰোধী দলৰ কেইবাজনো হাইপ্ৰ’ফাইল প্ৰাৰ্থীয়ে…

এজাক বৰষুণতে জলমগ্ন শিৱসাগৰৰ বাট-পথ

এজাৰ মুষলধাৰ বৰষুণে পাছতে কৃত্ৰিম বানৰ কৱলত শিৱসাগৰ চহৰৰ মাজমজিয়া। বুধবাৰে পুৱাই অহা এজাক মুষলধাৰ বৰষুণে শিৱসাগৰ চহৰৰ মাজমজিয়াৰ মুক্তিনাথ…

যোৰহাটৰ বানপীড়িত ছাত্ৰ-ছাত্ৰীক শিক্ষামূলক সামগ্ৰী বিতৰণ সৃজনাসম ন্যাসৰ

যোৰহাট জিলাৰ সাম্প্ৰতিক বানপানীৰ দ্বাৰা প্ৰভাৱিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰাৰ উদ্দেশ্যে ‘সৃজনাসম ন্যাস’এ আজি টীয়ক অঞ্চলৰ আঠখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত…

পিছুৱাই দিয়া হ’ব ছমহীয়া পৰীক্ষা;পূৰ্বনিৰ্ধাৰিত সময়ত অনুষ্ঠিত নহয় ছমহীয়া পৰীক্ষা।

পিছুৱাই দিয়া হ’ব ছমহীয়া পৰীক্ষা। পূৰ্বনিৰ্ধাৰিত সময়ত অনুষ্ঠিত নহয় ছমহীয়া পৰীক্ষা। নগাঁৱৰ উপ-নিৰ্বাচনক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ASSEBয়ে। বিদ্যালয়…

প্ৰাতঃভ্ৰমণ লৈ যোৱা ব্যক্তিক মহতিয়াই নিলে অজ্ঞাত বাহনে

লখিমপুৰৰ নাৰায়ণপুৰত মৰ্মান্তিক দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভোগপুৰত পুৱাই সংঘটিত হয় এই দুৰ্ঘটনাটো। প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা ব্যক্তিক ঘৰৰ সন্মুখতে মহতিয়াই…

পুনৰ মহানগৰীত ডকাইতি; গৃহস্থৰ হাত-মুখ বান্ধি অস্ত্ৰধাৰী দুৰ্বৃত্তই বাসগৃহত চলালে লুটপাত

গুৱাহাটী মহানগৰীত ভয়ংকৰ ডকাইতি। সাউকুচিৰ জোনাকী নগৰৰ ১১নং বাসগৃহত সংঘটিত হৈছে এই ডকাইতি। নিশা অস্ত্ৰধাৰী ডকাইতৰ দলে লুটপাত চলালে এটা…

সাজু মনোনয়ন দাখিল কৰিবলৈ

আজি নগাওঁ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। আজি বিয়লি ৩ বজালৈকে প্ৰাৰ্থীসকলে জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত…

পাঠশালাৰ দীপজ্যোতি পাটগিৰিৰ NASAত গৱেষণাৰ সুযোগ।

পাঠশালা তথা বজালীলৈ গৌৰৱ কঢ়িয়াই আনিছে পাঠশালাৰ দীপজ্যোতি পাটগিৰিয়ে। বিজ্ঞান আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰি দীপজ্যোতি পাটগিৰিয়ে…

পদ্মশ্ৰী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ শেষকৃত্য সম্পন্ন৷

পদ্মশ্ৰী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ শেষকৃত্য সম্পন্ন৷ মঙলবাৰে ৰাজ্যিক মৰ্যাদাৰে বুঢ়াভকতৰ শেষকৃত্য সম্পন্ন কৰা হয় ।অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ মন্ত্ৰী বিমল…