Share and Enjoy !

Shares

শ্ৰীভূমি চহৰত আকৌ চুৰিকাণ্ড। ঘৰত শুই থকা মহিলাৰ ডিঙিৰ পৰা সোনৰ চেইন লৈ গ’ল চুৰে।

শ্ৰীভূমি চহৰ যেন একেবাৰে নিৰাপদ নহয় । সোমবাৰে ৰায়নগৰ, প্ৰেট্ৰল পাম্প পয়েন্টত থকা দোকানত চুৰিৰ ঘটনাৰ পিছত আজি আকৌ পোহৰত আহিল নিলমনি ৰোড এলেকাত থকা দেৱাশিস দাসৰ ঘৰৰ চুৰিৰ ঘটনা।

ঘৰত লোক থকাৰ পাছতো খিড়িকীৰ গ্ৰীল খুলি নগদ টকাৰ লগতে মহিলাৰ ডিঙিৰ পৰা ২০ তুলা সোনৰ চেইনডাল টানি লৈ যায় চোৰে ।

চোৰৰ উপদ্ৰৱত ঘৰৰ ভিতৰত সুৰক্ষিত নহয় জনগন । আৰক্ষীৰ কঠোৰ হস্তক্ষেপ কামনা কৰিছে ভুক্তভোগী লোকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *