Share and Enjoy !

Shares

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখুৱালে নিৰ্দশন৷ শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় বিশ্ব স্বাস্থ্য সন্মিলনৰ ২য় সংস্কৰণৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে সন্মানিত কৰে যোগগুৰু লক্ষ্মণ কুমাৰক।

প্ৰধানমন্ত্ৰীগৰাকীয়ে যোগ বঁটা প্ৰদানৰ সময়ত ৯০ বছৰীয়া যোগগুৰু লক্ষ্মণ কুমাৰে প্ৰধানমন্ত্ৰীৰ ভৰি চুই সেৱা লোৱাৰ চেষ্টা কৰে। অৱশ্যে জ্যেষ্ঠ যোগগুৰু লক্ষ্মণ কুমাৰক ভৰি চুবলৈ নিদিলে প্ৰধানমন্ত্ৰীয়ে। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

Leave a Reply

Your email address will not be published. Required fields are marked *