Share and Enjoy !

Shares

মহানগৰীৰ জালুকবাৰী তেতেলীয়াত প্ৰাগজ্যোতিষপুৰ দিৱস উদযাপন।

কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ উদ্যোগত উদযাপন এই দিৱস।

বীৰ ৰজা ভগদত্তৰ মৃত্যু দিনটোত প্ৰাগজ্যোতিষপুৰ দিৱস হিচাপে পালন।

অনুষ্ঠানত উপস্থিত মন্ত্রী জয়ন্ত মল্ল বৰুৱা, সাংসদ তথা বিজেপি সভাপতি দিলীপ শইকীয়া।

উপস্থিত থাকে বিহাৰৰ বিধায়ক ইন্দ্ৰজিৎ প্ৰসাদ গুপ্তাকে ধৰি বহু গণ্য মান্য ব্যক্তি।

অসমৰ বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক কলিতা জনগোষ্ঠীৰ লোকে অংশ লয় অনুষ্ঠানত।

কলিতা জনগোষ্ঠীৰ নানা সমষ্টিৰ বিষয়ে আলোচনা কৰে এই অনুষ্ঠানত।

অসমৰ থলুৱা জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবী উত্থাপন কৰে সংগঠনটোৱে।

জনগোষ্ঠীটোৰ দীর্ঘদিনীয়া দাবী পূৰণ নকৰিলে আগন্তুক নিৰ্বাচনৰ পূৰ্বে কঠোৰ সিদ্ধান্ত লোৱাৰ হুংকাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *