Share and Enjoy !

Shares

সংৰক্ষিত বনাঞ্চলত বনদস্যুৰ সন্ত্ৰাস ।

পৰ্বতঝোৰাৰ বনাঞ্চলৰ পৰা দুষ্টচক্ৰই বনাঞ্চলৰ মূল্যবান চেগুন গছ কাটি সৰবৰাহ কৰি থকাত সময়তে বন কৰ্মীৰ দলৰ অভিযান।

এক গোপন খবৰৰ ভিক্তিত খোৰাঘাট বনাঞ্চলিক বিষয়াৰ নেতৃত্বত এটি বন কৰ্মীৰ দলে পানবাৰীত অভিযান চলাই।অভিযানত মূল্যবান চেগুন কাঠৰ কুণ্ডাসহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, বনকৰ্মী অহাৰ উমান পাই বন্যদস্য পলাই পতং দিয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *