Share and Enjoy !

Shares

নৱবৰ্ষৰ দ্বিতীয় দিনটোতে ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি ।

গৰু চোৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।

গৰু চোৰক আৰক্ষীয়ে যাবলৈ দিয়াৰ পিছতে সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি।

গৰু চোৰ কৰিবলৈ অহা দলটোক পুলিচে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ গাওঁবাসীৰ ।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলী চালনা আৰক্ষীৰ ।

পৰিস্থিতি অধিক অৱনতি ঘটাত নিয়ন্ত্ৰণৰ বাবে আহিব লগা হ’ল অতিৰিক্ত আৰক্ষী ।

Leave a Reply

Your email address will not be published. Required fields are marked *