পুনৰ নগাঁও ননৈ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ।ভয়ংকৰ পথ দুৰ্ঘটনা।
মৃত্যুদূতত যেন পৰিণত হৈছে নগাঁও ননৈ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ।
পুনৰ নগাঁৱৰ ননৈত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হয় এজন লোকৰ।
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙত খুন্দা এজন বাইকৰ । সংকটজনক অৱস্থাত নগাঁৱলৈ লোকজনক প্ৰেৰণ কৰে যদিও লোকজনৰ মৃত্যু হয়। নিহত লোকজন শিঙিয়া-পুটনিৰ জিতু শৰ্মা ।বুলি জানিব পৰা গৈছে।