Share and Enjoy !

Shares

কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে আজি স্বপ্নীল পালে কাৰ্যভাৰ গ্ৰহণ কৰে । ২০১৮ বেটছৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া স্বপ্নীল পালে পূৰ্বে তিনিচুকীয়া জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ শেহতীয়া এক নিৰ্দেশনা অনুসৰি কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানক তিনিচুকীয়া জিলালৈ বদলি কৰা হৈছিল আৰু তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালক কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত হিচাপে দায়িত্ব দিয়া হৈছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *