Share and Enjoy !

Shares

ভয়ংকৰ অগ্নিকাণ্ড! নিমিষতে ভস্মীভূত বাসগৃহ।

দেওবাৰ নিশা কাটিগড়াৰ আমতলা গাঁৱৰ আব্দুল হামিদ লস্কৰৰ ঘৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।।

জানিব পৰা মতে, বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয়।প্রায় এঘণ্টাৰ পিছত ঘটনাস্থলিত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ দল আৰু গুমৰা আৰক্ষী। অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ প্ৰয়াসেৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। প্রায় ১ ঘন্টাৰ পিছত জুই নিয়ন্ত্রণত আহে যদিও জ্বলি ছাই হৈ পৰে ঘৰৰ সকলো আচবাবপত্র।।

 

Leave a Reply

Your email address will not be published. Required fields are marked *