Share and Enjoy !

Shares

পহিলা জানুৱাৰীত আছিল শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক।

কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ গুৰুত্বপূৰ্ণ খবৰ।

কামৰূপ মহানগৰৰ ৩৮খন বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী।

শিক্ষা বিভাগৰ বিভাগীয় নিৰ্দেশনা অমান্য কৰাৰ বাবেই শ্ব’কজ জাৰি কৰা হৈছে ৩৮খন বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ।

শ্ব’কজ জাৰি কৰিছে কামৰূপ মহানগৰ জিলাৰ IS দীপিকা চৌধুৰীয়ে।

অহা ৮ জানুৱাৰীৰ ভিতৰত লিখিতভাৱে শ্ব’কজৰ সন্মুখীন হোৱা বিদ্যালয় প্ৰধান শিক্ষকসকলে দিব লাগিব উত্তৰ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *