Share and Enjoy !

Shares

লামডিঙত বিধ্বংসী অগ্নিকাণ্ড। পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

অগ্নিকাণ্ডৰ ফলত লামডিঙৰ বৃক ফিল্ড কলোনীৰ প্ৰায় ৩০ টা বাসগৃহ সম্পূর্ণৰূপে ভস্মীভূত হয়।

উল্লেখ্য যে, এই অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তিসহ সকলো নথিপত্ৰ সম্পূৰ্ণ ৰূপে জুইত জাহ যায়।

ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হয়। ইপিনে অগ্নিনিৰ্বাপক বাহিনীৰ  ৪ খন বাহনে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *