Share and Enjoy !

Shares

শিক্ষক নিযুক্তি সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ডাঙৰ ঘোষণা।

শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ‘‘ফেব্ৰুৱাৰীৰ ভিতৰত ৪,৫০০ শিক্ষক পদত সম্পন্ন হ’ব নিযুক্তি প্ৰক্ৰিয়া। ইয়াৰ বাবে অব্যাহত আছে নথি পৰীক্ষণ প্ৰক্ৰিয়া।’’

২০১৮-১৯ৰ সময়ছোৱাত কৰ্মৰত অৱস্থাতে ৩৮৭গৰাকী শিক্ষকৰ মৃত্যু হৈছিল। ঠিকাভিত্তিক হিচাপে কৰ্মৰত শিক্ষকৰ নিকটাত্মীয়ক সাহায্য প্ৰদান কৰে ৰাজ্য চৰকাৰে।

৫০ গৰাকী শিক্ষকৰ ভিতৰত আজি ৪৬গৰাকী শিক্ষকৰ নিকটাত্মীয়ক চেক প্ৰদান কৰা হয় চেক। ৪গৰাকী শিক্ষকৰ নিকটাত্মীয়ৰ তথ্য পুনৰীক্ষণ কৰা হ’ব।

তথ্য পুনৰীক্ষণ সম্পন্ন হোৱাৰ পাছতে এইসকল শিক্ষকৰ নিকটাত্মীয়য়ো লাভ কৰিব সাহায্য।

 

Leave a Reply

Your email address will not be published. Required fields are marked *