Share and Enjoy !

Shares

বাংলাদেশী সন্দেহত শ্ৰীভূমিত আটক দুজন যুৱকক। শ্রীভূমিৰ মাইজগ্রাম এলাকাৰ ৰাইজে আটক কৰে লোক দুজনক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱক দুজনক কৰায়ত্ব কৰে।

ঘটনাৰ অভিযোগ মতে শ্রীভূমি চহৰ সংলগ্ন মাইজগ্রাম এলাকাত মাদ্ৰাছাৰ নামত টকা সংগ্রহ কৰি আছিল দুলাল উদ্দিন আৰু উচমান গনি নামৰ দুই যুৱকে। স্থানীয় লোকৰ সন্দেহ ওপজে যুৱক দুজনৰ ওপৰত।লগে লগে হ’লে সোধপোছ কৰে যুৱকদুজনকয। কিন্তু যুৱক দুজনে মাদ্ৰাছাৰ কোনো বৈধ নথিপত্ৰ দেখুৱাব পৰা নাই। ফলতে স্থানীয় লোকৰ সন্দেহ হয় আৰু আৰক্ষীক গতাই দিয়ে।

প্ৰাথমিক তদন্ত জানিব পৰা গৈছে আটকাধীন যুৱকদুজনৰ দুলালৰ ঘৰ লামডিং আৰু উচমানৰ ঘৰ ডবকা।

Leave a Reply

Your email address will not be published. Required fields are marked *