Share and Enjoy !

Shares

নগাঁৱৰ চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।

চামগুৰি আৰক্ষী থানাৰ সন্মুখতেই সংঘটিত হয় এই দুৰ্ঘটনাটো।

চামগুৰি আৰক্ষী থানাৰ সন্মুখত এখন মটৰ চাইকেলে ইউ টাৰ্ণ ল’ব বিচাৰোতেই এখন চাৰিচকীয়া বাহনে খুন্দা মাৰে। এই ঘটনাত এজন লোক আহত হোৱাৰ লগতে এজন নিহত হয়।

ইপিনে ঘটনাস্থলীতে নিহত মটৰ চাইকেল আৰোহীজনৰ নাম ৰত্নেশ্বৰ বৰা বুলি জানিব পৰা গৈছে।আনপিনে আঘাতপ্ৰাপ্ত আনজন আৰোহী গোলাপ বৰাক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *