মহানগৰীৰ পল্টনবজাৰত বিধ্বংসী অগ্নিকাণ্ড।
পল্টনবজাৰৰ এটা অট্টালিকাত ভয়ংকৰ জুইৰ সূত্ৰপাত।
অগ্নিকাণ্ডৰ পিছতে অট্টালিকাটোত থকা আৱাসীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।
নিজৰ প্ৰাণ ৰক্ষা বাবে অপ্ৰাণ চেষ্টা কৰিছে ফ্লেটটোত থকা আৱাসীয়ে। এটা ফ্লেটৰ পৰা আন এটা ফ্লেটলৈ জঁপিয়াইছে আবাসীয়ে।
GS ROADৰ কাষতে থকা এটা অট্টালিকাত সংঘটিত হৈছে এই অগ্নিকাণ্ড।