Share and Enjoy !

Shares

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ আজি দ্বিতীয়টো দিন।

আজি কলিয়াবৰত কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

৬,৯৫৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব এই ক’ৰিডৰ।

দুখনকৈ অমৃত এক্সপ্ৰেছ ৰে’ল অসমবাসীক উপহাৰ দিব প্রধানমন্ত্ৰীগৰাকীয়ে।

ডিব্ৰুগড়-গোমতী নগৰ অমৃত ভাৰত এক্সপ্ৰেছ আৰু কামাখ্যা-ৰোহতক অমৃত ভাৰত এক্সপ্ৰেছ। মুকলি কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *