অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ।
সোমবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ‘স্বাগত সতীৰ্থ প’ৰ্টেল 2.O’ৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ।
প্ৰয়োজনসাপেক্ষে অসম চৰকাৰে আগতীয়াকৈ দৰমহা আগবঢ়াব চৰকাৰী কৰ্মচাৰীলৈ
কৰ্মচাৰীয়ে INSTALMENT হিচাপে দৰমহাটো ঘূৰাই দিব পাৰিব। তাৰ বাবে কৰ্মচাৰীয়ে ন্যূনতম সুত দিব লাগিব বেংকত।
যিটো তাৰিখত দৰমহা পাব, তেতিয়া একেলগে টকাখিনি পৰিশোধ কৰিব পাৰিব অথবা এবছৰৰ ভিতৰত কিস্তি কিস্তি কৰিও ঘূৰাই দিব পাৰিব। দৰমহা পোৱাৰ পাছতে ঘূৰাই দিলে সুতৰ হাৰ কম হ’ব। কিন্তু কিস্তি কিস্তি হিচাপে দিলে সুতৰ হাৰ অলপ বেছি হ’ব।