Share and Enjoy !

Shares

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘GUenARK 2026’ শীৰ্ষক বিশেষ অনুষ্ঠান।

GUৰ Innovation, Incubation and Startup Cellৰ উদ্যোগত দুদিনীয়াকৈ এই অনুষ্ঠান।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে আই এ এছ ড⁰ জীৱন বসাভাৰজ, অধ্যাপক ৰাতুল মহন্ত, অধ্যাপক প্ৰশান্ত শৰ্মা লগতে উপস্থিত থাকে অধ্যাপক কুমানন্দ টায়ুং, GUৰ উপাচার্য অধ্যাপক ননীগোপাল মহন্ত।

থলুৱা উদ্যোগ খণ্ডক শক্তিশালী আৰু সু-সংগঠিত কৰাৰ উদ্দেশ্যৰে এই অনুষ্ঠান।

উদীয়মান উদ্যোগপতি, ষ্টাৰ্টআপ আৰু নতুন চিন্তাধাৰাক সুযোগ প্ৰদানৰ লক্ষ্য।

প্ৰায় ৩শতাধিক থলুৱা উদ্যোগীয়ে অংশগ্রহণ কৰে অনুষ্ঠানটিত।

দুদিনীয়া কাৰ্যসূচীত উদ্ভাৱন, উদ্যোগশীলতা আৰু আত্মবিশ্বাসৰ ওপৰত হ’ব আলোচনা।

Leave a Reply

Your email address will not be published. Required fields are marked *