Share and Enjoy !

Shares

বৃহস্পতিবাৰে পুৱা গ্ৰেপ্তাৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ দেৱকমল বৰাক।

বশিষ্ঠ আৰক্ষীয়ে।গ্ৰেপ্তাৰ কৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষজনক।

কাৰাগাৰখনৰ কয়দীক নিষিদ্ধ সামগ্ৰীৰ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছিল দেৱকমল বৰাৰ বিৰুদ্ধে।

ধনৰ বিনিময়ত কয়দীক ৰাজ আতিথ্য দিয়াৰো অভিযোগ আছে কাৰাধ্যক্ষজনৰ বিৰুদ্ধে।

বুধবাৰে নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰি গ্ৰেপ্তাৰ হৈছিল দুজন আৰক্ষী।

 

Leave a Reply

Your email address will not be published. Required fields are marked *