Share and Enjoy !

Shares

মঙলদৈ গোসাঁই গাঁও কমাৰ পাৰাত চাঞ্চল্যকৰ ঘটনা।

বৃহস্পতিবাৰে নিশা চাৰিটাকৈ মন্দিৰৰ মূৰ্তি ভাঙি থৈ যায় দুস্কৃতিকাৰীয়ে।

উল্লেখ্য যে, পূৰ্বেও ১৬-১৭ টাকৈ মন্দিৰৰ মূৰ্তি ভাঙিছিল দুস্কৃতিকাৰীয়ে। কিন্তু পুনৰ বৃহস্পতিবাৰে নিশা চাৰিটাকৈ মন্দিৰত ধ্বংস কৰা কাৰ্য সহজ ভাবে লব পৰা নাই ৰাইজে। এইয়া সনাতনী লোকক আঘাট আখ্যা স্থানীয় লোকৰ।কোনো বিধৰ্মী লোকে এই কাৰ্য সংঘটিত কৰা বুলিও কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *