Share and Enjoy !

Shares

অসম-মিজোৰাম সীমান্তৰ ধলাই ফ্ৰেন্সনগৰৰ সংৰক্ষিত বনাঞ্চলত বনজুই।

বনাঞ্চলৰ হাৱাইথাং অঞ্চলত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।

বনাঞ্চলৰ প্ৰায় ৩ বিঘা ভূমিত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

আৰক্ষী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত ৰক্ষা পৰে জনবসতিপূৰ্ণ অঞ্চলটো।

অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে নিৰ্বাপন কৰে জুই।

কেইবালাখ টকাৰ মূল্যবান গছ-গছনি জুইত ভস্মীভূত হয়।

বৰ্তমানলৈ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *