Share and Enjoy !

Shares

পুনৰ ৰাজ্যত বাঘৰ মৃতদেহ উদ্ধাৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত বিশ্বনাথৰ মোনাবাৰীত উদ্ধাৰ ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ

জানিব পৰা মতে, লাহৰিজান বন শিবিৰ বনৰক্ষীয়ে তহল দি থকা সময়তে বাঘটোৰ মৃতদেহ প্ৰত্যক্ষ কৰে। ১০ দিন পূৰ্বে মৃত্যু হোৱা বাঘটো ২’৫ মিটাৰ দৈৰ্ঘ্যৰ এজনী প্ৰাপ্তবয়স্ক মাইকী বাঘ বুলি জানিব পৰা গৈছে৷

বয়স হোৱাৰ বাবেই বাঘ জনীৰ মৃত্যু হোৱা বুলি বনবিষয়া ঋতুবন বৰাই জানিবলৈ দিয়ে৷ বাঘৰ নখ দাঁত সকলোবোৰ সংগ্ৰহ কৰি বাঘজনীক ঘটনাস্থলীতে দাহন কৰা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *