অৰুণাচলৰ নামচাইত আলফা-আছাম ৰাইফলছৰ মাজত সংঘৰ্ষ;নিহত এজন আলফা স্বাধীনৰ কেডাৰ, অস্ত্ৰ-শস্ত্ৰ জব্দঅৰুণাচলৰ নামচাইত আলফা-আছাম ৰাইফলছৰ মাজত সংঘৰ্ষ;নিহত এজন আলফা স্বাধীনৰ কেডাৰ, অস্ত্ৰ-শস্ত্ৰ জব্দ

Share and Enjoy !

Shares

বুধবাৰে নিশা আছাম ৰাইফল, অৰুণাচল আৰক্ষী আৰু আলফা স্বাধীনৰ মাজত তুমুল সংঘৰ্ষ সংঘটিত হয়৷ প্ৰায় ৭ জনীয়া আলফা স্বাধীনৰ দলৰ লগত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘটিত হয় গুলীয়াগুলী ৷ অৰুণাচল প্ৰদেশৰ নামচাইৰ ছয় মাইলত হোৱা সংঘৰ্ষত ধৰাশায়ী হয় আলফা স্বাধীনৰ কেডাৰজন।

 

সংঘৰ্ষত থিতাতে নিহত হোৱা আলফা স্বাধীনৰ কেডাৰজন আই ওৱান অসম ওৰফে কন্তি ওৰফে অভিকেশৰ মৰাণ । নিহত আই ওৱান ঘৰ তিনিচুকীয়াৰ কৰদৈগুৰীত ৷

 

১৮ অক্টোবৰত কাকপথাৰৰ সেনা শিবিৰত আক্ৰমণৰ সৈতে জড়িত আছিল উক্ত আলফা স্বাধীনৰ দলটো ৷ নিহত আলফা কেডাৰজনৰ পৰা উদ্ধাৰ কৰা হৈছে এটা HK ৰাইফল, এটা গ্ৰেনেড আৰু এটা বেগ ৷ বেগটোত উদ্ধাৰ কৰিছে বহু আপত্তিজনক

Leave a Reply

Your email address will not be published. Required fields are marked *