Share and Enjoy !

Shares

কাইলৈ মুকলি হ’ব নুনমাটি দীঘলীপুখুৰী সংযোগী উৰণ সেতু।

উৰণ সেতুখন মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মহাৰাজ পৃথুৰ নামত উচৰ্গা কৰা হৈছে উৰণ সেতুখন।

ৰাজ্যৰ দীৰ্ঘতম উৰণ সেতু দীঘলীপুখুৰী-নতুন গুৱাহাটী উৰণ সেতু।

৮৫০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হৈছে উৰণ সেতুখন।

১৮ মাহৰ ভিতৰত এই সেতুখনৰ নিৰ্মাণ কাৰ্য কৰা হৈছে।

উৰণ সেতুখনত আছে ১২২টা খুঁটা।

উৰণ সেতুখনৰ দৈঘ্য ৫.৫ কিলোমিটাৰ।

 

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *