Share and Enjoy !

Shares

বহু প্ৰতীক্ষাৰ অন্তত আজি মুকলি হ’ব দীঘলীপুখুৰী-নিউ গুৱাহাটী উৰণ সেতু।

মহাৰাজ পৃথুৰ নামত নামাকৰণ কৰা হৈছে এই উৰণ সেতুখন।

ৰাজ্যৰ দীৰ্ঘতম উৰণ সেতু দীঘলীপুখুৰী-নতুন গুৱাহাটী উৰণ সেতু।

৮৫০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উৰণসেতুখনে মুকলিৰ পূৰ্বেই বহু চৰ্চা লাভ কৰিছে। সকলো সামৰি লোক নিৰ্মাণ বিভাগে প্ৰায় ১৮ মাহত এই উৰণসেতুখন নিৰ্মাণ কৰি উলিয়াইছে ।৫.৫ কিলোমিটাৰ দৈৰ্ঘৰ উৰণসেতুখনত ১১৯ স্পান ষ্টীল গাডাৰ ব্যৱহাৰ কৰা হৈছে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যান-বাহন চলাচলৰ বাবে এই বিশাল উৰণসেতুখন মুকলি কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *