Share and Enjoy !

Shares

প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বীৰেন সিং ইংতিৰ দেহাৱসান।

৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।

ডিফুৰ বাসভৱনত অসুস্থ হৈ পৰিছিল বীৰেন সিং ইংতি।

গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয় বীৰেন সিং ইংতিৰ।

ডিফু লোকসভা সমষ্টিৰ পৰা ৭ বাৰকৈ সাংসদ হৈছিল বীৰেন সিং ইংতিৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *