Share and Enjoy !

Shares

১৩ মাৰ্চত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব প্রধানমন্ত্রী।

কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে।

১৪ মাৰ্চত বৰাক উপত্যকালৈ যাব প্রধানমন্ত্রী মোদী।

শিলান্যাস, ভূমিপূজন কৰিব বৰাপানী-পাঁচগ্রাম এক্সপ্ৰেছ হাইৱে’ৰ।

শিলচৰৰ অম্বিকাপুৰত সম্বোধন কৰিব বিশাল জনসভা।

Leave a Reply

Your email address will not be published. Required fields are marked *