বঙাইগাঁৱত আৰক্ষীৰ জালত জুৱাৰী।
হোলীৰ নামত জুৱা অনুষ্ঠিত কৰিছিল চাৰি যুৱকে।
নিউ বঙাইগাঁৱৰ ভাওলাগুৰী- ঢালিগাঁও এলেকাত চলাইছিল মুকলি জুৱা।
হাফিজুৰ আলী নামৰ এজনক আটক, তিনি জুৱাৰীৰ পলায়ন।
বৃহৎ পৰিমাণৰ জুৱাৰ সামগ্ৰী জব্দ।
অভিযান চলাইছিল বঙাইগাঁও সদৰ আৰক্ষী, নিউ বঙাইগাঁও আৰক্ষীয়ে।